
পৰ্ণগ্ৰাফী বন্ধ কৰক: ৩০ দিনৰ Self-Control & Mind Reset Guide
পৰ্ণগ্ৰাফীৰ অভ্যাস কমাই নিজৰ মন, সময় আৰু দৈনন্দিন জীৱনৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰিবলৈ ৩০ দিনৰ এটা practical guide।
“পৰ্ণগ্ৰাফী বন্ধ কৰক” হৈছে নিজৰ digital habits, self-control আৰু daily routine উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা এটা 30-Day Practical Guide।
এই eBook-খনত ৩০ দিনৰ challenge, habit tracking, trigger চিনাক্ত কৰা, urge control, phone/digital environment manage কৰা আৰু setback হ’লে পুনৰ routine-লৈ ঘূৰি অহাৰ practical steps আদি সহজভাৱে দিয়া হৈছে।
এই eBook-খন আপোনাৰ বাবে যদি—
📱 Pornography/অস্বাস্থ্যকৰ digital habit কমাব বিচাৰে
🧠 নিজৰ mind আৰু attention control কৰিব বিচাৰে
⏳ সময়ৰ অপচয় কমাব বিচাৰে
💪 discipline আৰু self-control develop কৰিব বিচাৰে
🔄 এটা নতুন daily routine আৰম্ভ কৰিব বিচাৰে
আপোনাৰ ৩০ দিনৰ Reset Journey আজিৰ পৰাই আৰম্ভ কৰক।
Note: এই eBook কোনো medical treatment বা guaranteed cure নহয়; ই self-help আৰু habit-building guide হিচাপে প্ৰস্তুত কৰা হৈছে
What you'll get
- Lifetime valid
About the creator
Frequently asked questions
1. এই eBook-খন কিহৰ বাবে?
এই eBook-খন pornography habit কমোৱা, self-control বৃদ্ধি কৰা আৰু এটা disciplined daily routine গঢ়ি তোলাৰ বাবে প্ৰস্তুত কৰা হৈছে।
2. eBook-খনত কি কি পাম?
৩০ দিনৰ practical challenge, habit tracking, trigger control, digital habits manage কৰা আৰু daily self-improvementৰ বিভিন্ন guide পাব।
3. এই eBook-খন কাকৰ বাবে?
যিসকলে pornography habit কমাব বা এৰিবলৈ চেষ্টা কৰিব বিচাৰে আৰু নিজৰ সময়, মনোযোগ আৰু routine উন্নত কৰিব বিচাৰে।
4. কিমান দিনৰ challenge?
📅 30 Days — প্ৰতিদিনে follow কৰিব পৰা step-by-step approach।
5. Mobile-ত পঢ়িব পাৰিম নেকি?
হয়। eBook-খন mobile, tablet বা computer-ত পঢ়িব পাৰিব।
6. কিনাৰ পিছত কেনেকৈ eBook পাম?
Payment সম্পূৰ্ণ হোৱাৰ পিছত website-ত দিয়া delivery/download process অনুসৰি eBook লাভ কৰিব পাৰিব।
7. এই eBook-এ 100% pornography habit বন্ধ কৰাব নেকি?
নাই। কোনো guaranteed result দিয়া হোৱা নাই। ফলাফল ব্যক্তিভেদে বেলেগ হ’ব পাৰে। এইখন এটা self-help & habit-building guide।
8. Refund available নেকি?
Digital product হোৱা বাবে purchase কৰাৰ আগতে product details ভালদৰে পঢ়ি ল’ব। No Refundable
9. মোৰ বয়স কম/বেছি হ’লে পঢ়িব পাৰিম নেকি?
eBook-খন adult self-help audienceৰ বাবে design কৰা হৈছে।
10. মই আজিৰ পৰাই আৰম্ভ কৰিব পাৰিম নেকি?
হয়। eBook লাভ কৰাৰ পিছত Day 1-ৰ পৰা তোমাৰ 30-Day Reset Journey আৰম্ভ কৰিব পাৰিবা।