B

betterself.assam

পৰ্ণগ্ৰাফী বন্ধ কৰক: ৩০ দিনৰ Self-Control & Mind Reset Guide
₹49

পৰ্ণগ্ৰাফী বন্ধ কৰক: ৩০ দিনৰ Self-Control & Mind Reset Guide

পৰ্ণগ্ৰাফীৰ অভ্যাস কমাই নিজৰ মন, সময় আৰু দৈনন্দিন জীৱনৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰিবলৈ ৩০ দিনৰ এটা practical guide। “পৰ্ণগ্ৰাফী বন্ধ কৰক” হৈছে নিজৰ digital habits, self-control আৰু daily routine উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা এটা 30-Day Practical Guide। এই eBook-খনত ৩০ দিনৰ challenge, habit tracking, trigger চিনাক্ত কৰা, urge control, phone/digital environment manage কৰা আৰু setback হ’লে পুনৰ routine-লৈ ঘূৰি অহাৰ practical steps আদি সহজভাৱে দিয়া হৈছে। এই eBook-খন আপোনাৰ বাবে যদি— 📱 Pornography/অস্বাস্থ্যকৰ digital habit কমাব বিচাৰে 🧠 নিজৰ mind আৰু attention control কৰিব বিচাৰে ⏳ সময়ৰ অপচয় কমাব বিচাৰে 💪 discipline আৰু self-control develop কৰিব বিচাৰে 🔄 এটা নতুন daily routine আৰম্ভ কৰিব বিচাৰে আপোনাৰ ৩০ দিনৰ Reset Journey আজিৰ পৰাই আৰম্ভ কৰক। Note: এই eBook কোনো medical treatment বা guaranteed cure নহয়; ই self-help আৰু habit-building guide হিচাপে প্ৰস্তুত কৰা হৈছে

Buy Now